Posted by bulmoni • 2 days ago
একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
Discussions (1)
bulmoni
·
2 days ago
মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ’ল- ধৈৰ্য আৰু একাগ্ৰতা ৷ একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল ৷ এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল ৷ ল’ৰা কালতে ভাওনা আদি অভিনয় উৎসৱত যোগ দিওতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা পঢ়া বিষয়টো তেওঁ একমনা আছিল ৷ সেয়েহে গোটেই "অমৰ কোষ" খনি তেওঁ ল’ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল ৷
Log in
to join the discussion.