Posted by bulmoni • 4 days ago

'এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?

Discussions (1)
bulmoni · 4 days ago
'এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল ৷ তেওঁ দুচকু চকুলোৰে উপচি পৰিছিল ৷
Log in to join the discussion.