Posted by bulmoni • 7 days ago

এলেহুৱাৰ দিন নাযায় নুপুৱায়।

Discussions (1)
bulmoni · 7 days ago
কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময়ৰ জোখ পাব পাৰি। কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায় ৰাতি নুপুৱায়। কিন্তু কৰ্ম ব্যস্ত মানুহৰ চকুৰ প্ৰচাৰতে দিনটো পাৰ হয়।
Log in to join the discussion.