Posted by hirak • 6 days ago

(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল?

Discussions (1)
hirak · 6 days ago
চাহ-উদ্যোগৰ কৰ্মীসকল হৈছে চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।
Log in to join the discussion.