Posted by bulmoni • 7 days ago

গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।

Discussions (1)
bulmoni · 7 days ago
শৰ হ'ল এবিধ কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে।
Log in to join the discussion.