Posted by bulmoni • 4 days ago
হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?
Discussions (1)
bulmoni
·
4 days ago
হেলেন কেলাৰে কেঁচুৱা দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল ৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে ৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে ৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল ৷
Log in
to join the discussion.