Posted by bulmoni • 7 days ago

হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?

Discussions (1)
bulmoni · 7 days ago
হনুমন্তই বিৰাল অৰ্থাৎ মেকুৰীৰ ৰূপ লৈ লঙ্কা নগৰীত প্ৰৱেশ কৰিছিল । লঙ্কা নগৰীত সুৰক্ষা ব্য়ৱস্থা অতি শক্তিশালী আছিল । হনুমানে নিজ ৰূপেৰে তাত প্ৰৱেশ ৰাক্ষসবোৰে তেওঁক ধৰি পেলাব আৰু বান্ধি লৈ ঘৰে ঘৰে লৈ ফুৰাৰ সম্ভাৱনা দেখিছিল। সেইবাবে তেওঁ মায়া বিদ্য়াৰে নিজৰ শৰীৰটোক এটি মেকুৰীলৈ ৰূপান্তৰ কৰি লঙ্কা নগৰীত প্ৰৱেশ কৰিছিল ।
Log in to join the discussion.