Posted by bulmoni • 7 days ago
'ইহা শুনি চিন্তা শোক তেজিৱে পৰম হৰষিত ভেল'一 কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল ?
Discussions (1)
bulmoni
·
7 days ago
মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল । গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰী কৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৱণু খাই থাকোতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে । এই কথা শুনি যশোদা হৰষিত হৈছিল ।
Log in
to join the discussion.