Posted by hirak • 7 days ago

জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰত্ব দিয়া হয়?

Discussions (1)
hirak · 7 days ago
জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে।
Log in to join the discussion.