Posted by bulmoni • 4 days ago

জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ৷

Discussions (1)
bulmoni · 4 days ago
জন মিল্টন ১৬০৮-১৬৭৪ শতিকাৰ কবি আছিল ৷ তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্য খনৰ নাম 'পেৰাডাইজ লষ্ট’৷
Log in to join the discussion.