Posted by bulmoni • 2 days ago

কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?

Discussions (1)
bulmoni · 2 days ago
কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় - ভাষা শিক্ষা, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান।
Log in to join the discussion.