Posted by bulmoni • 2 days ago

কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?

Discussions (1)
bulmoni · 2 days ago
কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল 'যন্ত্ৰণা' । 'জীয়াই থকাৰ ধেমালিটো' কবিয়ে এবাৰেই খেলিছে ।
Log in to join the discussion.