Posted by bulmoni • 7 days ago

কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?

Discussions (1)
bulmoni · 7 days ago
নিমজ ভাব গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে।
বা
মিহি ভাব, মিহি গতি, কৌশলী বিদ্যা অজৰ-অমৰ।
Log in to join the discussion.