Posted by bulmoni • 7 days ago
কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?
Discussions (1)
bulmoni
·
7 days ago
কবিৰ মতে প্ৰকৃত সুখ পোৱাৰ উপায় নিজৰ হাততে থাকে। আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ'ব জানিলে প্ৰকৃত সুখ পোৱা যায়। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ হিতৰ হকে কাম কৰিলে প্ৰকৃত সুখ পাব পাৰি।
Log in
to join the discussion.