Posted by bulmoni • 2 days ago
কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?
Discussions (1)
bulmoni
·
2 days ago
ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সত্ত্বঃ,ৰজঃ,তমঃ তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ।যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা আৰু সকলোতে বিয়পি থাকে। সেয়ে কবিয়ে 'বিশ্বখনিকৰ'ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান আখ্যা দিছে।
Log in
to join the discussion.