Posted by bulmoni • 2 days ago
কবিয়ে ঈশ্বৰক কিয় 'বিশ্বখনিকৰ' বুলি অভিহিত কৰিছে?
Discussions (1)
bulmoni
·
2 days ago
সমগ্ৰ বিশ্বৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে।
Log in
to join the discussion.