Posted by bulmoni • 2 days ago

কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে?

Discussions (1)
bulmoni · 2 days ago
কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি ল'বলৈ কৈছে।
Log in to join the discussion.