Posted by bulmoni • 2 days ago
কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।
Discussions (1)
bulmoni
·
2 days ago
জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপান্তৰৰ পৃথিৱীত বিশ্বাসী।ৰূপান্তৰৰ বাবেই জনতাই সুন্দৰৰ আৰাধনা আৰম্ভ কৰিছে।কবিয়ে লক্ষ্য কৰিছে যে শোষিত, বঞ্চিত জনতা জাগ্রত হৈ সিহতৰ নায্য প্রাপ্য আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে।কবি আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱেই সমাজৰ ৰূপ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ আনয়ন কৰিব।অর্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত জনতন্ত্র প্রতিষ্ঠা হ’ব। এই জনতন্ত্র হ’ব শোষণহীন, ধনী-দুখীয়াৰ মাজত ভেদ-ভাৱহীন যিখন জনতন্ত্রত সকলোৰে ন্যায় আৰু অধিকাৰ প্রতিষ্ঠিত হ’ব।
Log in
to join the discussion.