Posted by bulmoni • 7 days ago
কবিয়ে 'সচাঁ উদাৰতা' কথাষাৰেৰে কি বুজাব খুজিছে?
Discussions (1)
bulmoni
·
7 days ago
'সচাঁ উদাৰতা' কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানৱিক উদাৰতাৰ কথা বুজাব খুজিছে।
Log in
to join the discussion.