Posted by bulmoni • 2 days ago

কোন দুগৰাকী কবিৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি?

Discussions (1)
bulmoni · 2 days ago
মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি।
Log in to join the discussion.