Posted by bulmoni • 7 days ago

কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?

Discussions (1)
bulmoni · 7 days ago
একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ঢাপ তুলি সীমাৱদ্ধ কৰি থৈ যায়। সংবৎ, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰি, শংকৰাব্দ, চৈতন্যাব্দ, ইত্যাদি সময়বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে।
Log in to join the discussion.