Posted by bulmoni • 1 day ago

কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?

Discussions (1)
bulmoni · 1 day ago
কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল 一 “যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”
Log in to join the discussion.