Posted by bulmoni • 7 days ago
কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
Discussions (1)
bulmoni
·
7 days ago
অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। বা আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।
Log in
to join the discussion.