Posted by bulmoni • 4 days ago

কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা৷

Discussions (1)
bulmoni · 4 days ago
কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল ৷ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় ৩১ খন কলেজৰ সমষ্টি ৷ প্ৰতিখন কলেজে নিজেই বাছ-বিচাৰ কৰি সদস্য নিৰ্বাচন কৰে ৷ সেই সদস্যসকলে অধ্যক্ষ নিৰ্বাচন কৰে আৰু অধ্যক্ষসকলে লগ লাগি কলেজ পৰিচালনা কৰিছিল ৷
Log in to join the discussion.