খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱৰ্তন ঘটে ।
Discussions (1)
bulmoni·7 days ago
লোকসংস্কৃতিৰ উপাদান সমূহ মানুহে সমাজ তথা সময় সাপেক্ষে নিজৰ মতে গঢ় দিয়ে । কালৰ বিৱৰ্তনত এই উপাদানসমূহৰো ৰূপান্তৰ ঘটে । শিক্ষিত মানুহৰ হাতত পৰি এই উপাদান সমূহে আধুনিক ৰূপ পায় সেইবাবে ক'ব পাৰি যে সমাজ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰ পৰিৱৰ্তন ঘটে ।