Posted by hirak • 7 days ago
(খ) সফল উদ্যোগী হ'বলৈ কিয় কঠিন?
Discussions (1)
hirak
·
7 days ago
এজন সফল উদ্য়োগী হ'বৰ বাবে লাগিব ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে সফল উদ্য়োগী হোৱাটো টান বুলি কৈছে।
Log in
to join the discussion.