Posted by bulmoni • 6 days ago
কি কাৰণত মানুহে কৃপণালী কৰে?
Discussions (1)
bulmoni
·
6 days ago
মানুহে কৃপণালী কৰা কাৰণ কেইটা হ'ল ------
1) কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু 2) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ'বৰ মনেৰে কৃপণালি কৰে। 3) ধন সঞ্চয়ৰ চিন্তা।
Log in
to join the discussion.