Posted by bulmoni • 7 days ago

কি কি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা?

Discussions (1)
bulmoni · 7 days ago
ভৌগোলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ আহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম - ভাষা আচাৰ - ব্যৱহাৰ, কলা সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি।
Log in to join the discussion.