'কিৰণ নিধি যোজনা' কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে কি কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে?
Discussions (1)
bulmoni·7 days ago
'কিৰণ নিধি যোজনা' হ'ল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। এই আঁচনিৰ মতে পিপলান্ত্ৰি গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে ১১১ টা গছপুলি ৰোপণ কৰিব লাগিব।
এই যোজনাৰ অধীনত পিপলান্ত্ৰি গাঁৱৰ মানুহে বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে। সেই চাৰিটা দায়িত্ব হ'ল: