Posted by bulmoni • 7 days ago
কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
Discussions (1)
bulmoni
·
7 days ago
কামৰ মাজেদিহে সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ প্ৰচাৰতে পাৰ হৈ যোৱা যেন লাগে। কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নুপুৱায়। এই কাৰণেই বোধকৰো মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়।
Log in
to join the discussion.