Posted by bulmoni • 7 days ago

কুসংস্কাৰ বুলিলে কি বুজা?

Discussions (1)
bulmoni · 7 days ago
যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।
Log in to join the discussion.