Posted by bulmoni • 7 days ago
লোককৃষ্টি কাক বোলা হয় ?
Discussions (1)
bulmoni
·
7 days ago
গঞা সমাজে নিজৰ বিভিন্ন কৰ্মৰ মাজতে ঋতু, মাহ,পষ অনুসৰি বিবিধ উৎসৱ - সভা আদিৰ সম্পাদন কৰে । সেই সভা- উৎসৱত গীত-নাচ, অভিনয় কৰা হয় । এই কামবোৰৰ সমষ্টিকে লোককৃষ্টি বোলে।
Log in
to join the discussion.