Posted by bulmoni • 7 days ago

লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ ভাষাত লিখা।

Discussions (1)
bulmoni · 7 days ago
লোকনাট নৃত্য আৰু গীতৰ সমষ্টি বুলি লেখকে কৈছে । লোকনাটত সংলাপৰ গুৰুত্ব কম তাৰ পৰিৱৰ্তে ইয়াত নৃত্য আৰু গীতৰহে গুৰুত্ব আছে বুলি লেখকে কৈছে । গীত আৰু নৃত্যৰ দ্বাৰাই লোকনাটৰ কাহিনী দেখুওৱা হয় ।
Log in to join the discussion.