Posted by bulmoni • 7 days ago

লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি ? ভাগবোৰৰ নাম লিখা

Discussions (1)
bulmoni · 7 days ago
লোক সাহিত্যিক ৫ টা উপভাগত ভগাব পাৰি । ১/ লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত ২/ গদ্যধৰ্মী লোককথা ৩/ প্ৰবচন, বচন , লোকোক্তি, যোজনা , পটন্তৰ ৪/ সাঁথৰ আৰু ৫/ লোকভাষা।
Log in to join the discussion.