লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে ? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি ?
Discussions (1)
bulmoni·7 days ago
লোকসমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰৰ বুলি ক'ব খোজে । এনে ধাৰণা গ্ৰহণ কৰিব নোৱাৰি ।
এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চতৰ হ'ব আৰু তাৰ বিপৰীতে লোক বা গঞাসমাজ নিম্নতৰ হ'ব লাগিব তেনে কোনো কথা নাই।লোকসমাজৰ অংগীভূত মানুহে প্ৰায়ে গাঁৱে- ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল নগৰ-চহৰ আদিত বাস কৰে এই ধাৰণা সদা- সর্বদাই গ্ৰহণযোগ্য হ'ব নোৱাৰে । কাৰণ গাঁৱতো শিক্ষিত মানুহে বাস কৰে ।