Posted by bulmoni • 7 days ago

লক্ষণাক্ৰান্ত মানে কি?

Discussions (1)
bulmoni · 7 days ago
লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণাযুক্ত। সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰি যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একো যুগৰ লক্ষণ।
Log in to join the discussion.