Posted by bulmoni • 7 days ago
লংকা নগৰীৰ কাষৰ বন- বননিত হনুমন্তই কি কি ফল - ফুলৰ গছ দেখিবলৈ পাইছিল ?
Discussions (1)
bulmoni
·
7 days ago
লংকা নগৰীৰ , যাওঁতে কাষৰ বন- বননিত হনুমন্তই অনেক ফল-ফুল দেখিবলৈ পাইছিল । সেইবোৰ হ'ল সৰল , পিয়াল, ঔটেঙা, আঙুৰ, আম, জাম, খেজুৰ, শাল, তাল, তামোল, গমাৰি, বগৰী, সোলেং টেঙা, কৰ্দৈ, বীজপুৰ, আমলখি, অমৰা, বুট, মনিছাৰ বা বিন, কল, গুনকল, সেৱতী, মালতী, নাৰিকল, শ্ৰীফল, মহৰি, পাৰিজাত, ছতিয়কা, হাৰিঠা, নগগেশ্ৱৰ, আদি বিভিন্ন ফল- ফুলেৰে আগুৰি আছিল লংকাৰ বন । ইয়াৰ উপৰিও এসময়ত আছিল পদুম ফুলেৰে ভৰি থকা ধুনীয়া পুখুৰী ।
Log in
to join the discussion.