Posted by hirak • 7 days ago

মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।

Discussions (1)
hirak · 7 days ago
মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভগাব পাৰি।
  1. আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
  2. তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
  3. নাট - অৰ্জুন ভঞ্জন বা দধিমথন।
  4. ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।
Log in to join the discussion.