Posted by bulmoni • 7 days ago

মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ কৰ ৰজা আছিল ?

Discussions (1)
bulmoni · 7 days ago
মাধৱ কন্দলীয়ে বৰাহী ৰজা মহাকাব্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল । তেওঁ পুৰণি অসমৰ পূৰ্ব- মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল ।
Log in to join the discussion.