Posted by bulmoni • 4 days ago

মালিতা কি?ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

Discussions (1)
bulmoni · 4 days ago
মালিতা হৈছে আখ্যানমূলক গীত ৷ ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয় ৷
Log in to join the discussion.