Posted by bulmoni • 7 days ago
'মানুহেই পৰাৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি?
Discussions (1)
bulmoni
·
7 days ago
মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'লঃ মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য।
বা
মানুহেই পৰাৎপৰ' কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই।
Log in
to join the discussion.