Posted by bulmoni • 7 days ago
মানুহক 'ময়াপী জীৱ' বোলাৰ অৰ্থ কি?
Discussions (1)
bulmoni
·
7 days ago
এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি। অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক ময়াপী জীৱ বুলি কৈছে ।
বা
মানুহক ময়াপী জীৱ' বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনঃ জনম লৈ আহি থাকে।
Log in
to join the discussion.