মহাপুৰুষ শংকৰদেৱে শংকৰী সাহিত্য়লৈ দি যোৱা অৱদান সম্পৰ্কে এটি আলোচনা দাঙি ধৰা?
Discussions (1)
bulmoni·1 day ago
অসমীয়া সংস্কৃতি আৰু ধৰ্ম জীৱনৰ বিশিষ্ট ব্যক্তি মহাপুৰুষ শংকৰদেৱে শংকৰী সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁৰ ৰচনাসমূহে ভক্তি আন্দোলনৰ এক নতুন দিশ উন্মোচন কৰিছিল।