Posted by bulmoni • 6 days ago
মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
Discussions (1)
bulmoni
·
6 days ago
মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক 'Dear Sir' বুলি সম্বোধন কৰি,'Your Excellency'ৰ ঠাইত উকাকৈ অকল 'Your' বুলি চিঠিখনত লিখিছিল।
Log in
to join the discussion.