Posted by bulmoni • 2 days ago
মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?
Discussions (1)
bulmoni
·
2 days ago
মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে ৷ অৰ্থাৎ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত ৷
Log in
to join the discussion.