Posted by bulmoni • 7 days ago

মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়?

Discussions (1)
bulmoni · 7 days ago
মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। বা মনত অহঙ্কাৰ ৰাখি নম্ৰ হ'লে, মানুহৰ ছল (ছলনা) কৰা হয়।
Log in to join the discussion.