Posted by bulmoni • 7 days ago

'মথনিত ধৰিয়া নিষেধি'। ----'মথনি' শব্দৰ অৰ্থ কি?

Discussions (1)
bulmoni · 7 days ago
'মথনি' শব্দৰ অৰ্থ হ'লঃ গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। বা গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰিছিল।
Log in to join the discussion.