Posted by bulmoni • 2 days ago

নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

Discussions (1)
bulmoni · 2 days ago
নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ ম’ৰীজ’ শব্দৰ পৰা হৈছে ৷
Log in to join the discussion.