Posted by bulmoni • 7 days ago

'নোজোড়ে আঙ্গুল দুই জৰী'----ইয়াত কাৰ জৰীৰ নাটনি হৈছে?

Discussions (1)
bulmoni · 7 days ago
'নোজোড়ে আঙ্গুল দুই জৰী' --- ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে। বা ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।
Log in to join the discussion.