Posted by hirak • 7 days ago

(ঙ) ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

Discussions (1)
hirak · 7 days ago
ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটো য'ত কোৱা হয় ㅡ 'Eat cricket, sleep cricket, dream cricket, drink cricket.' উদ্য়োগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্য়ক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ।
Log in to join the discussion.